Lamborghini Huracán LP 610-4 t
মুখ্যপৃষ্ঠা যাবলৈ ইয়াত ক্লিক কৰক
মাল্টিলিং কিব'ৰ্ড
মাল্টিলিং কিবৰ্ড ডাউনলোড লিংক
✓ প্ৰথমে ওপৰত দিয়া লিংকত গৈ Multiling Keyboard নামৰ Softwareটো ডাউনলোড কৰক
✓ Input Method গৈ Multiling Keyboardত ক্লিক কৰক ।
✓ তাৰপিছত Assamese Plug-In টো Download কৰক।
✓ অসমীয়া ভাষাটো নিৰ্বাচন কৰি লওক ।
এতিয়া আপুনি যতেই ইচ্ছা কৰে তাতেই অসমীয়া লিখিব পাৰিব ।
কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।